Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - 1 ৰাজা - 1 ৰাজা 4

1 ৰাজা 4:16-19

Help us?
Click on verse(s) to share them!
16আচেৰত আৰু বালোতত হূচয়ৰ পুত্ৰ বানা,
17ইচাখৰত পাৰূহৰ পুত্ৰ যিহোচাফট আছিল৷
18বিন্যামীনত এলাৰ পুত্ৰ চিমিয়ী,
19আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল।

Read 1 ৰাজা 41 ৰাজা 4
Compare 1 ৰাজা 4:16-191 ৰাজা 4:16-19