Text copied!
Bibles in Assamese

1 ৰাজা 4:16-19 in Assamese

Help us?

1 ৰাজা 4:16-19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 আচেৰত আৰু বালোতত হূচয়ৰ পুত্ৰ বানা,
17 ইচাখৰত পাৰূহৰ পুত্ৰ যিহোচাফট আছিল৷
18 বিন্যামীনত এলাৰ পুত্ৰ চিমিয়ী,
19 আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল।
1 ৰাজা 4 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019