Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - ৰোমীয়া - ৰোমীয়া 3

ৰোমীয়া 3:16-19

Help us?
Click on verse(s) to share them!
16সিহঁতৰ সকলো পথত বিনাশ আৰু দূৰ্দশা হয়৷
17সিহঁতে শান্তিৰ পথ নাজানিলে৷
18সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই৷”
19আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷

Read ৰোমীয়া 3ৰোমীয়া 3
Compare ৰোমীয়া 3:16-19ৰোমীয়া 3:16-19