Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 15

যিহো 15:48-61

Help us?
Click on verse(s) to share them!
48পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
49দন্না, কিৰিয়ৎ-চন্না,
50অনাব, ইষ্টিমোৱা, আনীম,
51গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷
52অৰাব, দুমা, ইচিয়ন,
53যানীম, বৈৎ-তপ্পূহ, অফেকা,
54হুম্‌টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷
55মায়োন, কৰ্মিল, জীফ, যুত্তা,
56যিজ্ৰিয়েল, যক্‌দিয়াম, জানোহ,
57কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷
58হল্‌হূল, বৈৎ-চুৰ, গদোৰ,
59মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷
60কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷
61মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,

Read যিহো 15যিহো 15
Compare যিহো 15:48-61যিহো 15:48-61