Text copied!
Bibles in Assamese

যিহো 15:48-61 in Assamese

Help us?

যিহো 15:48-61 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

48 পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
49 দন্না, কিৰিয়ৎ-চন্না,
50 অনাব, ইষ্টিমোৱা, আনীম,
51 গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷
52 অৰাব, দুমা, ইচিয়ন,
53 যানীম, বৈৎ-তপ্পূহ, অফেকা,
54 হুম্‌টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷
55 মায়োন, কৰ্মিল, জীফ, যুত্তা,
56 যিজ্ৰিয়েল, যক্‌দিয়াম, জানোহ,
57 কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷
58 হল্‌হূল, বৈৎ-চুৰ, গদোৰ,
59 মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷
60 কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷
61 মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,
যিহো 15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019