Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 13

গননা 13:4-6

Help us?
Click on verse(s) to share them!
4তেওঁলোকৰ নাম এই এই; ৰূবেণ ফৈদৰ মাজৰ জক্কূৰৰ পুত্ৰ চম্মুৱা।
5চিমিয়োন ফৈদৰ মাজৰ হোৰীৰ পুত্ৰ চাফট।
6যিহূদা ফৈদৰ মাজৰ যিফুন্নিৰ পুত্ৰ কালেব।

Read গননা 13গননা 13
Compare গননা 13:4-6গননা 13:4-6