22কীনা, দীমোনা, অদাদা,
23কেদচ, হাচোৰ, যিৎনন,
24জীফলম, টেলন, বালোৎ৷
25হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
26অমাম, চমা, মোলাদা,
27হচৰ-গদ্দা, হিচ্মোন বৈৎ-পেলট,
28হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷
29বালা, ইয়ীম, এচম,
30ইল্টুলদ, কচীল, হৰ্মা,
31চিক্লগ, মদ্মন্না, চন্চন্না,
32লবায়োৎ, চিল্হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷
33পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্না,
34জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
35যৰ্মূত, অদুল্লম, চোকো, অজেকা,
36চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
37চনান, হদাচা, মিগ্দল-গাদ,
38দিলিয়ন, মিস্পি, যক্তেল,
39লাখীচ, বস্কৎ, ইগ্লোন৷
40কব্বোন, লহমম, কিৎলীচ,
41গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
42লিব্না, এথৰ, আচন,
43যিপ্তহ, অস্না, নচীব,
44কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।
45ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
46ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।
47অচ্দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা,তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷
48পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
49দন্না, কিৰিয়ৎ-চন্না,
50অনাব, ইষ্টিমোৱা, আনীম,