Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 15

যিহো 15:20-54

Help us?
Click on verse(s) to share them!
20এয়ে যিহূদা সন্তান সকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তান সকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল।
21ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা ফৈদৰ নগৰসমূহ কবচেল, এদৰ, যাগূৰ,
22কীনা, দীমোনা, অদাদা,
23কেদচ, হাচোৰ, যিৎনন,
24জীফলম, টেলন, বালোৎ৷
25হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
26অমাম, চমা, মোলাদা,
27হচৰ-গদ্দা, হিচ্‌মোন বৈৎ-পেলট,
28হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷
29বালা, ইয়ীম, এচম,
30ইল্টুলদ, কচীল, হৰ্মা,
31চিক্লগ, মদ্‌মন্না, চন্‌চন্না,
32লবায়োৎ, চিল্‌হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷
33পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্‌না,
34জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
35যৰ্মূত, অদুল্লম, চোকো, অজেকা,
36চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
37চনান, হদাচা, মিগ্দল-গাদ,
38দিলিয়ন, মিস্পি, যক্তেল,
39লাখীচ, বস্কৎ, ইগ্লোন৷
40কব্বোন, লহমম, কিৎলীচ,
41গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
42লিব্‌না, এথৰ, আচন,
43যিপ্তহ, অস্না, নচীব,
44কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।
45ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
46ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্‌দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।
47অচ্‌দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা,তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷
48পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
49দন্না, কিৰিয়ৎ-চন্না,
50অনাব, ইষ্টিমোৱা, আনীম,
51গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷
52অৰাব, দুমা, ইচিয়ন,
53যানীম, বৈৎ-তপ্পূহ, অফেকা,
54হুম্‌টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷

Read যিহো 15যিহো 15
Compare যিহো 15:20-54যিহো 15:20-54