Text copied!
Bibles in Assamese

যিহো 15:34-45 in Assamese

Help us?

যিহো 15:34-45 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

34 জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
35 যৰ্মূত, অদুল্লম, চোকো, অজেকা,
36 চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
37 চনান, হদাচা, মিগ্দল-গাদ,
38 দিলিয়ন, মিস্পি, যক্তেল,
39 লাখীচ, বস্কৎ, ইগ্লোন৷
40 কব্বোন, লহমম, কিৎলীচ,
41 গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
42 লিব্‌না, এথৰ, আচন,
43 যিপ্তহ, অস্না, নচীব,
44 কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।
45 ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
যিহো 15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019