Text copied!
Bibles in Assamese

যিহো 15:30-42 in Assamese

Help us?

যিহো 15:30-42 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 ইল্টুলদ, কচীল, হৰ্মা,
31 চিক্লগ, মদ্‌মন্না, চন্‌চন্না,
32 লবায়োৎ, চিল্‌হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷
33 পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্‌না,
34 জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
35 যৰ্মূত, অদুল্লম, চোকো, অজেকা,
36 চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
37 চনান, হদাচা, মিগ্দল-গাদ,
38 দিলিয়ন, মিস্পি, যক্তেল,
39 লাখীচ, বস্কৎ, ইগ্লোন৷
40 কব্বোন, লহমম, কিৎলীচ,
41 গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
42 লিব্‌না, এথৰ, আচন,
যিহো 15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019