Text copied!
BREAK EVERY YOKE
About
Bibles
All Languages
All Translations
All Countries
Back to Homepage
About Break Every Yoke
Bibles in Assamese
পাঁচনি 1:23-24 in Assamese
Help us?
পাঁচনি 1:23-24
in
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
23
তেতিয়া লোক সকলে যোচেফ, যি জনক বার্চব্বা অথবা যুষ্ট নামেৰেও জনা যায় আৰু মত্তথিয়; এই দুয়োজনকে আগলৈ আনিলে।
24
পাছত তেওঁলোকে প্ৰাৰ্থনা কৰি ক’লে, “হে প্রভু, তুমি অন্তর্যামী, সকলোৰে হৃদয় জানা৷ সেয়েহে এই দুজনৰ মাজৰ পৰা এজনক মনোনীত কৰা;
পাঁচনি 1 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
Home
About
Donate
Patreon
Privacy
Terms