Text copied!
Bibles in Assamese

গীত 75:5-6 in Assamese

Help us?

গীত 75:5-6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা; তোমালোকে গর্ব কৰি কথা নকবা।”
6 কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়।
গীত 75 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019