Text copied!
Bibles in Assamese

গীত 49:2-3 in Assamese

Help us?

গীত 49:2-3 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা।
3 মোৰ মুখে জ্ঞানৰ কথা কব; মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক।
গীত 49 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019