Text copied!
Bibles in Assamese

গীত 29:7-8 in Assamese

Help us?

গীত 29:7-8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে।
8 যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে; কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে।
গীত 29 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019