Text copied!
Bibles in Assamese

গীত 126:5-6 in Assamese

Help us?

গীত 126:5-6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব।
6 যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।
গীত 126 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019