Text copied!
Bibles in Assamese

গীত 126:4-5 in Assamese

Help us?

গীত 126:4-5 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ, তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।
5 যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব।
গীত 126 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019