Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 15

যিহো 15:22-63

Help us?
Click on verse(s) to share them!
22কীনা, দীমোনা, অদাদা,
23কেদচ, হাচোৰ, যিৎনন,
24জীফলম, টেলন, বালোৎ৷
25হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
26অমাম, চমা, মোলাদা,
27হচৰ-গদ্দা, হিচ্‌মোন বৈৎ-পেলট,
28হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷
29বালা, ইয়ীম, এচম,
30ইল্টুলদ, কচীল, হৰ্মা,
31চিক্লগ, মদ্‌মন্না, চন্‌চন্না,
32লবায়োৎ, চিল্‌হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷
33পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্‌না,
34জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
35যৰ্মূত, অদুল্লম, চোকো, অজেকা,
36চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
37চনান, হদাচা, মিগ্দল-গাদ,
38দিলিয়ন, মিস্পি, যক্তেল,
39লাখীচ, বস্কৎ, ইগ্লোন৷
40কব্বোন, লহমম, কিৎলীচ,
41গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
42লিব্‌না, এথৰ, আচন,
43যিপ্তহ, অস্না, নচীব,
44কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।
45ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
46ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্‌দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।
47অচ্‌দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা,তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷
48পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
49দন্না, কিৰিয়ৎ-চন্না,
50অনাব, ইষ্টিমোৱা, আনীম,
51গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷
52অৰাব, দুমা, ইচিয়ন,
53যানীম, বৈৎ-তপ্পূহ, অফেকা,
54হুম্‌টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷
55মায়োন, কৰ্মিল, জীফ, যুত্তা,
56যিজ্ৰিয়েল, যক্‌দিয়াম, জানোহ,
57কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷
58হল্‌হূল, বৈৎ-চুৰ, গদোৰ,
59মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷
60কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷
61মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,
62নিব্‌চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন৷
63কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা ফৈদে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা ফৈদৰ সৈতে যিৰূচালেমত বাস কৰি আছে।

Read যিহো 15যিহো 15
Compare যিহো 15:22-63যিহো 15:22-63